মহিন্দ্ৰা বালকাৰ TMCH (2WD/4WD)

মহিন্দ্ৰাৰ ব্যতিক্ৰমী বালকাৰ 2WD আৰু 4WD  টিএমচিএইচৰ সৈতে নিখুঁততাৰ শক্তি উপভোগ কৰক! এই হাৰ্ভেষ্টাৰে অতি জটিল মহিন্দ্ৰা অৰ্জুন আৰু মহিন্দ্ৰা ন’ভ’ চিৰিজৰ ট্ৰেক্টৰৰ সৈতে অতি সুন্দৰভাৱে খাপ খায়৷ ধান আৰু ঘেঁহু শস্য দুয়োটাতে উচ্চ পাৰদৰ্শিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰ সৈতে, ই এনে এক বিনিয়োগ যাক লৈ আপুনি কেতিয়াও অনুশোচনা কৰিবলগীয়া নহয়৷ মহিন্দ্ৰাৰ বালকাৰ 2WD আৰু 4WD  টিএমচিএইচ ব্যৱহাৰৰ পৰা অহা আত্মবিশ্বাস আৰু বিশ্বাসযোগ্যতাৰে শস্য চপোৱাৰ উৎপাদনশীলতা বৃদ্ধি কৰক!

SPECIFICATIONS ৰ দ্বাৰা

স্পেচিফিকেশনৰ বিষয়ে অধিক জানি লওক

মহিন্দ্ৰা বালকাৰ TMCH (2WD/4WD)

প্ৰডাক্টৰ নামবালকাৰ টিএমচিএইচ 2WDবালকাৰ টিএমচিএইচ 4WD
ছেছিচ1068 mm1068 mm
চকা  
ৰীয়েৰ হুইল7.50-169.5-24
ষ্ট্ৰ’ ৱাকাৰৰ সংখ্যা55
ষ্টেপৰ সংখ্যা55
ওজন [মহিন্দ্ৰা ট্ৰেক্টৰৰ সৈতে কাম কৰি]6080 kg6380 kg
কাটিং কেপাচিটি  
ঘেঁহু10115 m2/h10115 m2/h
ধান6069 m2/h6069 m2/h
মুঠ মাত্ৰা (ট্ৰেইলাৰ/ ট্ৰেইলাৰৰ অবিহনে পৰিবহন)  
দৈৰ্ঘ্য10650 mm11100 mm
প্ৰস্থ2888 mm2405 mm
উচ্চতা4010 mm3910 mm
সামগ্ৰিক মাত্ৰা (ৱৰ্কিং)  
দৈৰ্ঘ্য7660 mm7858 mm
প্ৰস্থ4884 mm4300 mm
উচ্চতা4010 mm3910 mm
কাৰ্যকৰী কাটিং প্ৰস্থ3520 mm3200 mm
আপুনিও ভাল পাব পাৰে
Harvester
মহিন্দ্ৰা হাৰ্ভেষ্টমাষ্টাৰ H12 (2WD / 4WD)
অধিক জানি লওক

Blogs

Jul 4, 2023

Mahindra’s Tractor’s Potato Farming Guide

Potato farming is meticulous, and many Indian farmers rely on various Farm Equipment, agricultural implements,

Read more

Jun 2, 2023

Which is the Best Tractor for Farming in India?

Farming tractors are the essential companions of farmers; these robust machines help them work efficiently

Read more

Mar 22, 2023

Choosing the Right Tractor for Groundnut Farming

Groundnut, or peanut, is grown in five states of India, namely Andhra Pradesh, Gujarat, Tamil

Read more

Oct 17, 2021

Why Buy a Mahindra 275 DI XP Plus Tractor: Mileage, Features & Specs

The Indian Tractor market is unique—farmers are looking for an all-rounder tractor that satisfies all

Read more
close

How's Your Experience So Far?